Public App Logo
Profile Picture

কলিয়াবৰ বাৰ্তা

@mriduheaven
8005Followers
38Following
কলিয়াবৰ: আজি কলিয়াবৰৰ বৰঘূলী ত পৱিত্ৰ ঈদ–উল–ফিটৰ উদযাপন।প্ৰায় ১০ হাজাৰ লোকে আদায় কৰিলে নামাজ।
কলিয়াবৰ: আজি কলিয়াবৰৰ মিছা,ধনেখোৱা,জখলাবন্ধাত বিশাল নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ।মন্তব্য ভবেশ কলিতাৰ
কলিয়াবৰ: আজি কলিয়াবৰৰ বামুণীত নিৰ্বাচনী প্ৰচাৰ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৰ।
কলিয়াবৰ: আজি কলিয়াবৰ তিনিআলি গৌৰী ভৱনত ব্লক কংগ্ৰেছ কমিটিৰ সংবাদমেল।অ.প্ৰদেশ কংগ্ৰেছ.ক ৰ সম্পাদক মেঘনাথ ছেত্ৰীৰ সংবাদমেল সম্বোধন।
কলিয়াবৰ: আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰত হঠাৎ গুলীচালনাৰ ঘটনা।গঁড় খেদিবলৈ বনকৰ্মীয়ে ফুটালে গুলী।
কলিয়াবৰ: আজি জোনমণি ৰাভাৰ মাতৃয়ে দিয়া গোচৰ উঠাই ললে কলিয়াবৰ ন্যায়িক আদালতত।লগত উপস্থিত থাকে CBI ৰ বিষয়া কৰ্মচাৰী।
কলিয়াবৰ: "বিজেপিৰ দৰে বিজ্ঞাপনৰ প্ৰচাৰ আমি নকৰোঁ, আমি সাধাৰণ ৰাইজৰ কাষলে আহিছো" আজি কলিয়াবৰত মন্তব্য প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীৰ।
কলিয়াবৰ: কলিয়াবৰ শাকমুঠিয়া চাহ বাগিচাৰ পৰা বন বিভাগৰ অভিযানত জব্দ হস্তনিৰ্মিত বন্দুক, আটক দুজন চোৰাং চিকাৰী
কলিয়াবৰ: আজি কুঁৱৰীটোল গান্ধী খেলপথাৰত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ উদ্ধোধনী অনুষ্ঠান।
কলিয়াবৰ: আজি আমবাগানত পুষ্প বৃষ্টিৰে উষ্ম আদৰণি মিত্ৰজুটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক।ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা।
কলিয়াবৰ: ৰেকাপাহাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা তাছাক আৰবী গামোচা আৰু টুপীৰে সম্বৰ্ধনা সংখ্যালঘু লোকৰ
কলিয়াবৰ: কলিয়াবৰ বিধানসভা সমষ্টিৰ কুঠৰীত নিৰ্বাচনী প্ৰচাৰ চলাই কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই
কলিয়াবৰ: কুলিডোঙাত সংঘটিত পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী
কলিয়াবৰ: শনিবাৰে কলিয়াবৰৰ বুঢ়াপাহাৰত ডাম্পাৰ আৰু হোণ্ডা চিটি বাহনৰ মাজত সংঘৰ্ষ, আহত হোণ্ডা চিটি বাহনৰ চালক
কলিয়াবৰ: শুকুৰবাৰে কুঁৱৰীটোলৰ ৰাজপথত মহিন্দ্ৰ স্কৰপিঅʼৰ খুন্দাত আহত এজন বাইক আৰোহী আৰক্ষী
কলিয়াবৰ: শুকুৰবাৰে পুৱতি নিশা কলিয়াবৰৰ মিছাৰ দোকানত চোৰৰ উপদ্ৰৱ,চিচিটিভিত বন্দি দৃশ্য, পুৱা ঘটনাস্থলীত উপস্থিত মিছা আৰক্ষী
কলিয়াবৰ: লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী ব্যয় নিৰীক্ষণ সন্দৰ্ভত মহকুমাধিপতিৰ কাৰ্যালয়ত মহকুমাধিপতিৰ বেংক কৰ্তৃপক্ষৰ সৈতে সভা
কলিয়াবৰ: কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত আগন্তুক লোকসভা নিৰ্বাচনৰ জ'নেল আৰু ছেক্টৰ বিষয়াসকলৰ পৰ্যালোচনা সভা অনুষ্ঠিত
কলিয়াবৰ: কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মহিলা ভোটগ্ৰহণ বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত, উপস্থিত জিলা নিৰ্বাচনী বিষয়া
কলিয়াবৰ: কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত নগাঁও জিলা দিৱস উপলক্ষে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ মহকুমাধিপতি লিজা তালুকদাৰৰ
কলিয়াবৰ: জখলাবন্ধা থানাৰ লকআপত আচামীৰ আত্মহত্যাক কেন্দ্ৰ কৰি এজন আৰক্ষীক নিলম্বন, জখলাবন্ধাত আৰক্ষী অধীক্ষকৰ মন্তব্য
কলিয়াবৰ: জখলাবন্ধা থানাৰ লকআপত ৰাজু নাথ নামৰ এজন আচামীৰ আত্মহত্যা
কলিয়াবৰ: কলিয়াবৰ মহকুমাৰ অন্তৰ্গত আমনিNRL পেট্ৰলপাম্পৰ সন্মুখত আজিভয়ংকৰ পথদূৰ্ঘটনা।ৰাজপথ দাউদাউকৈ জলিল  ব্যক্তিগত বাহন।আহত দুজন
কলিয়াবৰ: হাটবৰ হাজাৰ দৌলমন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হাজাৰী ভাওনা উৎসৱৰ পতাকা, মূলধ্বজা উত্তোলন কৰে মন্ত্ৰী কেশৱ মহন্তই
কলিয়াবৰ: নিৰ্বাচনৰ প্ৰাকক্ষণত আজি মিছাত বাহনৰ তালাচী অভিযান ফ্লায়িং স্কোৱাদ দলৰ আৰু আৰক্ষীৰ,উপস্থিত থাকে মহকুমা দণ্ডাধীশ