মঙলবাৰে কলিয়াবৰৰ শাকমুঠিয়া চাহ বাগিচাৰ পৰা বন বিভাগৰ অভিযানত জব্দ হস্তনিৰ্মিত বন্দুকসহ আটক দুজন চোৰাং চিকাৰী।আটক কৰা দুই ব্যক্তি ক্ৰমে জখলাবন্ধা থানাৰ এলেকাৰ শাকমুঠীয়া চাহ বাগিছাৰ অহিনাথ ওৰাং আৰু বামুণী পথাৰৰ চাৰমুং তিমুং।বন বিভাগৰ অভিযানত আটক হয় দুয়োজন।বন বিভাগে দুয়োকে আটক কৰি প্ৰাথমিক চিকিৎসাৰ বাবে কলিয়াবৰ মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু লগতে তদন্ত আৰম্ভ কৰে।