Public App Logo
Jansamasya
Kajol
हादसा
News
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Crime
शिक्षा
Jharkhand
Up
अमित_शाह
Bollywood
लापरवाही
Breakingnews
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
No video available

কলিয়াবৰ: হাটবৰ হাজাৰ দৌলমন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হাজাৰী ভাওনা উৎসৱৰ পতাকা, মূলধ্বজা উত্তোলন কৰে মন্ত্ৰী কেশৱ মহন্তই

Kaliabor, Nagaon | Mar 24, 2024
দেওবাৰে হাটবৰ হাজাৰ দৌলমন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হাজাৰী ভাওনা উৎসৱৰ পতাকা আৰু মূলধ্বজা উত্তোলন কৰে ভাওনা পৰিচালনা সমিতিৰ সভাপতি তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।২৩ মাৰ্চ ৰ পৰা ২৫ মাৰ্চলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই উৎসৱ। মুঠ চাৰিখন মণ্ডপ সাজি উলিওৱা হৈছে ভাওনা প্ৰদৰ্শনৰ বাবে। কলিয়াবৰৰ কেইবাখনো হাজাৰৰ দ্বাৰা জৰাসন্ধ বধ,সুকৰ্ণ ৰজাৰ পুত্ৰ লাভকে ধৰি মুঠ ৮ খন ভাওনা প্ৰদৰ্শিত হʼব।