কলিয়াবৰ: লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী ব্যয় নিৰীক্ষণ সন্দৰ্ভত মহকুমাধিপতিৰ কাৰ্যালয়ত মহকুমাধিপতিৰ বেংক কৰ্তৃপক্ষৰ সৈতে সভা
আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী ব্যয় নিৰীক্ষণ সন্দৰ্ভত কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মহকুমাধিপতিৰ বেংক কৰ্তৃপক্ষৰ লগত সভা সম্পন্ন। কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়া লিজা তালুকদাৰে কলিয়াবৰৰ সমূহ বেংক কৰ্তৃপক্ষৰ লগত নিৰ্বাচনী ব্যয় নিৰীক্ষণৰ ওপৰত আলোচনা কৰে।