Public App Logo
Jansamasya
Kajol
हादसा
News
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Crime
शिक्षा
Jharkhand
Up
अमित_शाह
Bollywood
लापरवाही
Breakingnews
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
No video available

কলিয়াবৰ: আজি কলিয়াবৰৰ বামুণীত নিৰ্বাচনী প্ৰচাৰ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৰ।

Kaliabor, Nagaon | Apr 6, 2024
শনিবাৰে কলিয়াবৰৰ বামুণীত নিৰ্বাচনী প্ৰচাৰ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংৰ।কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা তাচাৰ হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংৰ। লগত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত।কাৰ্বি জনৱসতি পূৰ্ণ এলেকাটোত অনুষ্ঠিত কাৰ্বি জাতীয় অভিবৰ্তনত অংশ লৈ কামাখ্যা প্ৰসাদ তাচাক ভোট দিবলৈ আহ্বান জনায় মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে।