Public App Logo
Jansamasya
Kajol
हादसा
News
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Crime
शिक्षा
Jharkhand
Up
अमित_शाह
Bollywood
लापरवाही
Breakingnews
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
No video available

কলিয়াবৰ: আজি কলিয়াবৰৰ মিছা,ধনেখোৱা,জখলাবন্ধাত বিশাল নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ।মন্তব্য ভবেশ কলিতাৰ

Kaliabor, Nagaon | Apr 11, 2024
বৃহস্পতিবাৰে কলিয়াবৰৰ মিছা,ধনেখোৱা,জখলাবন্ধাত বিশাল নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ।মন্তব্য ভবেশ কলিতাৰ।কলিয়াবৰৰ মিছা,ধনেখোৱা আৰু জখলাবন্ধাত অগপ আৰু বিজেপি মিত্ৰজুটৰ যৌথ নিৰ্বাচনী সভাত অংশগ্ৰহণ ভবেশ কলিতাৰ লগতে কেশৱ মহন্তৰ।১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ৰ হৈ আজিৰ দিনটোত কলিয়াবৰৰ তিনিটাকৈ স্থানত ব্যাপক নিৰ্বাচনী প্ৰচাৰ বিজেপি আৰু অগপ দলৰ।সভাত বিজেপি চৰকাৰৰ উন্নয়নমূলক আঁচনি ৰ ওপৰত ভাষণ প্ৰদান ভবেশ কলিতাৰ।
কলিয়াবৰ: আজি কলিয়াবৰৰ মিছা,ধনেখোৱা,জখলাবন্ধাত বিশাল নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ।মন্তব্য ভবেশ কলিতাৰ - Kaliabor News