সোমবাৰে কুঁৱৰীটোল গান্ধী খেলপথাৰত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হয়।আজিৰে পৰা ১০ এপ্ৰিললৈ মুঠ ১০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কৰ্মশালাৰ।প্ৰায় শতাধিক যুৱক যুৱতীৰ লগতে কিশোৰ কিশোৰীৰ অংশগ্ৰহণ উক্ত কৰ্মশালাত।