Public App Logo
Jansamasya
Kajol
हादसा
News
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Crime
शिक्षा
Jharkhand
Up
अमित_शाह
Bollywood
लापरवाही
Breakingnews
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
No video available

কলিয়াবৰ: "বিজেপিৰ দৰে বিজ্ঞাপনৰ প্ৰচাৰ আমি নকৰোঁ, আমি সাধাৰণ ৰাইজৰ কাষলে আহিছো" আজি কলিয়াবৰত মন্তব্য প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীৰ।

Kaliabor, Nagaon | Apr 4, 2024
"বিজেপিৰ দৰে বিজ্ঞাপনৰ প্ৰচাৰ আমি নকৰোঁ, আমি সাধাৰণ ৰাইজৰ কাষলে আহিছো" বৃহস্পতিবাৰে কলিয়াবৰত মন্তব্য প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীৰ।কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰত কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীৰ প্ৰচাৰ অভিযান। কলিয়াবৰ সমষ্টিৰ মিছাত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে মিছামুখ,হালোৱাগাঁও, শিলঘাট, কেলিডেন চাহ বাগিচা, শালনা আদি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ ৰ'জলীনা তিৰ্কীৰ।"বিজেপিৰ দৰে বিজ্ঞাপনৰ প্ৰচাৰ আমি নকৰোঁ,আমি সাধাৰণ ৰাইজৰ কাষলে আহিছো" বুলি মন্তব্য কৰে ৰ'জলীনা ই।
কলিয়াবৰ: "বিজেপিৰ দৰে বিজ্ঞাপনৰ প্ৰচাৰ আমি নকৰোঁ, আমি সাধাৰণ ৰাইজৰ কাষলে আহিছো" আজি কলিয়াবৰত মন্তব্য প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীৰ। - Kaliabor News