বৃহস্পতিবাৰে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত আগন্তুক লোকসভা নিৰ্বাচনৰ জ'নেল আৰু ছেক্টৰ বিষয়াসকলৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। আজি কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়া লিজা তালুকদাৰৰ উপস্থিতিত জ'নেল আৰু ছেক্টৰ বিষয়াসকলৰ সৈতে ভোটকেন্দ্ৰসমূহৰ ন্যূনতম সুবিধা সম্পৰ্কে পৰ্যালোচনা সভা অনুষ্ঠিত হয়।