Public App Logo
Jansamasya
Kajol
हादसा
News
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Crime
शिक्षा
Jharkhand
Up
अमित_शाह
Bollywood
लापरवाही
Breakingnews
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
No video available

কলিয়াবৰ: আজি আমবাগানত পুষ্প বৃষ্টিৰে উষ্ম আদৰণি মিত্ৰজুটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক।ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা।

Kaliabor, Nagaon | Apr 1, 2024
সোমবাৰে আমবাগানত পুষ্প বৃষ্টিৰে উষ্ম আদৰণি মিত্ৰজুটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক।ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা কামাখ্যা প্ৰসাদ তাছাৰ।কালি বাগানে বাগানে ঘুৰাৰ পাছত আজি কলিয়াবৰৰ অন্য প্ৰান্তত পঞ্চায়তে পঞ্চায়তে নিৰ্বাচনী প্ৰচাৰত নামিছে।মিত্ৰদল অগপৰ কাৰ্যকৰী সভাপতি , স্থানীয় বিধায়ক কেশৱ মহন্তক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই।আনফালে চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন ক সমালোচনা প্ৰাৰ্থী গৰাকীৰ।
কলিয়াবৰ: আজি আমবাগানত পুষ্প বৃষ্টিৰে উষ্ম আদৰণি মিত্ৰজুটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক।ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা। - Kaliabor News