Public App Logo
Jansamasya
Kajol
हादसा
News
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Crime
शिक्षा
Jharkhand
Up
अमित_शाह
Bollywood
लापरवाही
Breakingnews
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
No video available

কলিয়াবৰ: কলিয়াবৰ মহকুমাৰ অন্তৰ্গত আমনিNRL পেট্ৰলপাম্পৰ সন্মুখত আজিভয়ংকৰ পথদূৰ্ঘটনা।ৰাজপথ দাউদাউকৈ জলিল ব্যক্তিগত বাহন।আহত দুজন

Kaliabor, Nagaon | Mar 25, 2024
কলিয়াবৰ মহকুমাৰ অন্তৰ্গত আমনি NRL পেট্ৰল পাম্পৰ সন্মুখত সোমবাৰে সন্ধ্যা ভয়ংকৰ পথ দূৰ্ঘটনা। ৰাজপথ দাউ-দাউকৈ জলিল এখন ব্যক্তিগত বাহন।গুৰুত্ব ৰ ভাবে আহত দুজন আৰোহী।এখন কণ্টেইনাৰ ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ পিছতেই জ্বলি উঠে দূৰ্ঘটনাগ্ৰস্ত ভাৰ্ণা বাহন এখন।স্থানীয় ৰাইজৰ তৎপৰতাত ঘটনাস্থলিত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ সহায়ত নিৰ্বাপিত কৰা হয় জুই।দূৰ্ঘটনাটোৰ ফলত আঘাতপ্ৰাপ্ত হয় ভাৰ্ণা বাহন খনৰ দুজনকৈ আৰোহী। ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ।
কলিয়াবৰ: কলিয়াবৰ মহকুমাৰ অন্তৰ্গত আমনিNRL পেট্ৰলপাম্পৰ সন্মুখত আজিভয়ংকৰ পথদূৰ্ঘটনা।ৰাজপথ দাউদাউকৈ জলিল ব্যক্তিগত বাহন।আহত দুজন - Kaliabor News