Public App Logo
Jansamasya
Kajol
हादसा
News
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Crime
शिक्षा
Jharkhand
Up
अमित_शाह
Bollywood
लापरवाही
Breakingnews
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
No video available

কলিয়াবৰ: শনিবাৰে কলিয়াবৰৰ বুঢ়াপাহাৰত ডাম্পাৰ আৰু হোণ্ডা চিটি বাহনৰ মাজত সংঘৰ্ষ, আহত হোণ্ডা চিটি বাহনৰ চালক

Kaliabor, Nagaon | Mar 30, 2024
শনিবাৰে কলিয়াবৰৰ বুঢ়াপাহাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ডাম্পাৰ আৰু হোণ্ডা চিটি বাহনৰ মাজত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ সন্মুখৰ ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।এই দুৰ্ঘটনাৰ ফলত হোণ্ডা চিটি বাহন খনৰ চালকজন গুৰুতৰভাৱে আহত হয়। ইপিনে জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত অৱস্থাত চালক জনক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।
কলিয়াবৰ: শনিবাৰে কলিয়াবৰৰ বুঢ়াপাহাৰত ডাম্পাৰ আৰু হোণ্ডা চিটি বাহনৰ মাজত সংঘৰ্ষ, আহত হোণ্ডা চিটি বাহনৰ চালক - Kaliabor News