Public App Logo
Jansamasya
Kajol
हादसा
News
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Crime
शिक्षा
Jharkhand
Up
अमित_शाह
Bollywood
लापरवाही
Breakingnews
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
No video available

কলিয়াবৰ: কলিয়াবৰ বিধানসভা সমষ্টিৰ কুঠৰীত নিৰ্বাচনী প্ৰচাৰ চলাই কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই

Kaliabor, Nagaon | Mar 31, 2024
ৰবিবাৰে কলিয়াবৰ বিধানসভা সমষ্টিৰ কুঠৰীত প্ৰথমবাৰলৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই। প্ৰাৰ্থী গৰাকীক সংগ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । সভাত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কামাখ্যা প্ৰসাদ তাছাই কয়, কংগ্ৰেছৰ গাত ৰাইজৰ শাও লাগিছে। ৰকিবুল হুছেইনৰ দিনত অধিক গঁড় হত্যা হৈছিল। কংগ্ৰেছ দলে ৰাইজক প্ৰতাৰণ কৰিলে। স্বাধীনতাৰ ৭৬বছৰৰ পিছতো কংগ্ৰেছ চৰকাৰৰ দিনত উন্নয়ন নহʼল।
কলিয়াবৰ: কলিয়াবৰ বিধানসভা সমষ্টিৰ কুঠৰীত নিৰ্বাচনী প্ৰচাৰ চলাই কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই - Kaliabor News