Public App Logo
Jansamasya
Kajol
हादसा
News
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Crime
शिक्षा
Jharkhand
Up
अमित_शाह
Bollywood
लापरवाही
Breakingnews
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
No video available

কলিয়াবৰ: আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰত হঠাৎ গুলীচালনাৰ ঘটনা।গঁড় খেদিবলৈ বনকৰ্মীয়ে ফুটালে গুলী।

Kaliabor, Nagaon | Apr 5, 2024
শুক্ৰবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰত হঠাৎ গুলীচালনাৰ ঘটনা।গঁড় খেদিবলৈ বনকৰ্মীয়ে ফুটালে গুলী।ৰাজপথলৈ উঠি অহা গঁড় ক খেদিবলৈ নিয়ন্ত্ৰণৰ বাবে বন কৰ্মীয়ে ফুটালে গুলী।ৰাজপথৰ দাঁতিতে বিচৰণ কৰি আছিল গঁড়।এনিমেল কৰিডৰৰ সমীপতে অৱস্থান কৰিছিল কেইবাটাও গঁড়ে।এহাল গঁড়ে ৰাজপথলৈ উঠি আহিবলৈ চেষ্টা কৰাৰ বাবে গুলী ফুটাই বনকৰ্মীয়ে।
কলিয়াবৰ: আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰত হঠাৎ গুলীচালনাৰ ঘটনা।গঁড় খেদিবলৈ বনকৰ্মীয়ে ফুটালে গুলী। - Kaliabor News