কলিয়াবৰ: শুকুৰবাৰে কুঁৱৰীটোলৰ ৰাজপথত মহিন্দ্ৰ স্কৰপিঅʼৰ খুন্দাত আহত এজন বাইক আৰোহী আৰক্ষী
শুকুৰবাৰে কুঁৱৰীটোলৰ ৰাজপথত মহিন্দ্ৰ স্কৰপিঅ'ৰ খুন্দাত আহত হয় শিলঘাটৰ দিশৰ পৰা মটৰচাইকেলত আহি থকা এজন আৰক্ষী।দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত আৰক্ষী গৰাকীক জখলাবন্ধাৰ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ইপিনে কলিয়াবৰ আৰক্ষীয়ে এএছ১২এছ ৭১২৮নম্বৰৰ মহিন্দ্ৰ স্কৰপিঅ' বাহনখন জব্দ কৰে ।