Public App Logo
Jansamasya
Kajol
हादसा
News
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Crime
शिक्षा
Jharkhand
Up
अमित_शाह
Bollywood
लापरवाही
Breakingnews
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
No video available

কলিয়াবৰ: আজি কলিয়াবৰৰ বৰঘূলী ত পৱিত্ৰ ঈদ–উল–ফিটৰ উদযাপন।প্ৰায় ১০ হাজাৰ লোকে আদায় কৰিলে নামাজ।

Kaliabor, Nagaon | Apr 11, 2024
বৃহস্পতিবাৰে কলিয়াবৰৰ বৰঘূলীত পৱিত্ৰ ঈদ–উল–ফিটৰ উদযাপন।প্ৰায় ১০ হাজাৰ লোকে আদায় কৰিলে সমূহীয়া নামাজ।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মাহজোৰা ৰোজাৰ অন্তত আজি কলিয়াবৰৰ বৰঘূলীত ঈদ-উল-ফিৎৰ পালন। প্ৰায় দহ হাজাৰ লোকে একেলগে সমূহীয়া নামাজ আদায় কৰে।ঈদগাহ মৈদাম আধুনিক আলোক সজ্জাৰে আটক ধুনীয়াকৈ সজাই তোলা পৰিলক্ষিত হয়।ঈদৰ নামাজ আদায় ৰ পিছত ইজনে আনজনক মৰমৰ আলিংগনৰে শ্নেহ যাচে ।বিভিন্ন সুস্বাদু মিঠাই আৰু ব্যঞ্জনেৰে অতিথিক আপ্যায়ন কৰে ইছলাম ধৰ্মালম্বী লোকসকলে।
কলিয়াবৰ: আজি কলিয়াবৰৰ বৰঘূলী ত পৱিত্ৰ ঈদ–উল–ফিটৰ উদযাপন।প্ৰায় ১০ হাজাৰ লোকে আদায় কৰিলে নামাজ। - Kaliabor News