বৃহস্পতিবাৰে জোনমণি ৰাভাৰ মাতৃয়ে দিয়া গোচৰ উঠাই ললে কলিয়াবৰ ন্যায়িক আদালতত।লগত উপস্থিত থাকে CBI ৰ বিষয়া কৰ্মচাৰী।গোচৰ দুটাৰ নাম্বাৰ ক্ৰমে ৮৪/২০২৩ আৰু ৮৭/২০২৩।জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই উঠাই ললে গোচৰ।উল্লেখযোগ্য যে SI জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু হোৱা কেন্দ্ৰ কৰি জোনমণিৰ মাতৃয়ে তৰিছিল দুটা কৈ গোচৰ।আৰু কৈছিল যে সেইটো এটা দুৰ্ঘটনা নাছিল।কিন্ত অৱশেষত কলিয়াবৰ ন্যায়িক আদালতত আজি উপস্থিত জোনমণিৰ মাতৃ।লগত উপস্থিত আছিল CBI ৰ বিষয়া কৰ্মচাৰী। দুয়োটা গোচৰ উঠাই লৈছে জোনমণ