Public App Logo
Jansamasya
Kajol
हादसा
News
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Crime
शिक्षा
Jharkhand
Up
अमित_शाह
Bollywood
लापरवाही
Breakingnews
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
No video available

কলিয়াবৰ: কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত নগাঁও জিলা দিৱস উপলক্ষে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ মহকুমাধিপতি লিজা তালুকদাৰৰ

Kaliabor, Nagaon | Mar 27, 2024
নগাঁও জিলা দিৱস উপলক্ষে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সকলো বিষয়ববীয়াৰ বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ। আজিৰ দিনটো নগাওঁ জিলা দিৱস উপলক্ষে কলিয়াবৰ মহকুমা প্ৰশাসনৰ বিশেষ কাৰ্যসূচী।আজিৰ দিনটোতে কলিয়াবৰ মহকুমা প্ৰশাসনৰ মহকুমাধিপতি লিজা তালুকদাৰৰ সমন্বিতে সকলো বিষয়ববীয়াই বৃক্ষৰোপণ কার্যসূচীত অংশগ্ৰহণ কৰে। লগতে কাৰ্যালয় চৌহদ আলোকসজ্জাৰে সজোৱা পৰিলক্ষিত হয়।
কলিয়াবৰ: কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত নগাঁও জিলা দিৱস উপলক্ষে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ মহকুমাধিপতি লিজা তালুকদাৰৰ - Kaliabor News