Public App Logo
Jansamasya
Kajol
हादसा
News
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Crime
शिक्षा
Jharkhand
Up
अमित_शाह
Bollywood
लापरवाही
Breakingnews
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
No video available

কলিয়াবৰ: জখলাবন্ধা থানাৰ লকআপত ৰাজু নাথ নামৰ এজন আচামীৰ আত্মহত্যা

Kaliabor, Nagaon | Mar 26, 2024
জখলাবন্ধা থানাত সংঘটিত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা। থানাৰ লকআপত গুৱাহাটীৰ পাণ্ডুৰ ৰাজু নাথ নামৰ আচামীজনৰ আত্মহত্যা। জখলাবন্ধা আৰক্ষীয়ে মেঘালয়ৰ পৰা ছামগুৰিলৈ আহি থকা চিমেন্ট ভৰ্তি ট্ৰাকৰ চালকক হত্যা কৰি বাহনখন হাইজেক কৰাৰ অপৰাধত আটক কৰিছিল ৰাজু নাথক । এদিন পূৰ্বে সমগ্ৰ ঘটনা নিজে কৰা বুলি চিকাৰ কৰাৰ পাচতে আজি পুৱাৰ ভাগত লকআপত চিপ লৈ আত্মহত্যা কৰে।
কলিয়াবৰ: জখলাবন্ধা থানাৰ লকআপত ৰাজু নাথ নামৰ এজন আচামীৰ আত্মহত্যা - Kaliabor News