Public App Logo
Jansamasya
Kajol
हादसा
News
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Crime
शिक्षा
Jharkhand
Up
अमित_शाह
Bollywood
लापरवाही
Breakingnews
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
No video available

কলিয়াবৰ: কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মহিলা ভোটগ্ৰহণ বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত, উপস্থিত জিলা নিৰ্বাচনী বিষয়া

Kaliabor, Nagaon | Mar 27, 2024
বুধবাৰে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মহিলা ভোটগ্ৰহণ বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়।আগন্তুক ২০২৪ʼৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে। ইতিমধ্যে কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়াৰ তত্বাৱধানত কুচকাৱাজ আৰম্ভ হৈছে। মহিলা ভোটগ্ৰহণ বিষয়াসকলৰ প্ৰশিক্ষণত উপস্থিত থাকে জিলা নিৰ্বাচনী বিষয়া লিজা তালুকদাৰ, মহকুমা নিৰ্বাচনী বিষয়া ভূপালী কাশ্যপকে ধৰি প্ৰশিক্ষকসকল।
কলিয়াবৰ: কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মহিলা ভোটগ্ৰহণ বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত, উপস্থিত জিলা নিৰ্বাচনী বিষয়া - Kaliabor News