Public App Logo
Profile Picture

S N Live

@mustafahusainpp
23071Followers
1887Following
কোকৰাঝাৰ ভাগ: লাহোৰিপাৰাত ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত, উপস্থিত বিধায়ক লৰেঞ্চ ইছলাৰী
কোকৰাঝাৰ ভাগ: ছালাকাটিত ইউপিপিএলৰ যোগদান সভা অনুষ্ঠিত,বিপিএফ, বিজেপি,কংগ্ৰেছৰ ১ শতাধিক নেতাৰ যোগদান, উপস্থিত বিধায়ক লৰেঞ্চ ইছলাৰী
কোকৰাঝাৰ ভাগ: মান্দাৰপাৰাত বিজেপিৰ নিৰ্বাচনী ও যোগদান সভা অনুষ্ঠিত ইউপিপিএল, বিজেপিৰ ৫০ গৰাকী নেতা বিজেপিত যোগদান
কোকৰাঝাৰ ভাগ: সদৰৰ হনুমান মন্দিৰ অছৰত হিন্দী ভাষীভৱনত অসম প্ৰদেশ নমো সংঘৰ উদ্যোগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৭৫ তম জন্ম দিৱস উদযাপন
কোকৰাঝাৰ ভাগ: আলংগী বজাৰত ইউপিপিএলৰ নিৰ্বাচনী সভা অনুষ্ঠিত,বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীক জয়ী কৰাৰ আহ্বান
কোকৰাঝাৰ ভাগ: তিতাগুৰিত বিপিএফৰ যোগদান সভা অনুষ্ঠিত, ইউপিপিএল, বিজেপিৰ ৫০ অধিক নেতাৰ বিপিএফত যোগদান উপস্থিত পাৰিষদ ডেৰহৰছাৎ বসুমতাৰী
কোকৰাঝাৰ ভাগ: কাশিয়াবাৰিত বিপিএফৰ নিৰ্বাচনী সভা অনুষ্ঠিত, উপস্থিত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী
কোকৰাঝাৰ ভাগ: আফলাগাঁৱত বিজেপিৰ নিৰ্বাচনী সভা অনুষ্ঠিত, উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা
কোকৰাঝাৰ ভাগ: মল্লিকাপুৰত ইউপিপিএলৰ নিৰ্বাচনী ও যোগদান সভা অনুষ্ঠিত, অগপৰ ৩০০ নেতাৰ যোগদান,উপস্থিত বিটিচিৰ ইএম উইলছন হাছদা
কোকৰাঝাৰ ভাগ: সদৰৰ ইউপিপিএলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত বিটিচি মুখ্য কাৰ্যবাহীসদস্য প্ৰমোদ বড়ো ইউপিপিএলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে
কোকৰাঝাৰ ভাগ: ফকিৰাগ্ৰামৰ জগদৈত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত, উপস্থিত গৌৰৱ গগৈ বিজেপিক সমালোচনা
কোকৰাঝাৰ ভাগ: কালি পুখুৰীত বিপিএফৰ বিশাল নিৰ্বাচনী সভা, উপস্থিত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী
কোকৰাঝাৰ ভাগ: নাৰাবাৰিত গোলকগঞ্জৰ ঘটনাক লৈ কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ প্ৰতিবাদী কাৰ্যসূচী,বিজেপিক বহিস্কাৰ কৰাৰ আহ্বান কেএছডিচিৰ
কোকৰাঝাৰ ভাগ: সদৰৰ জিলা কংগ্ৰেছ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মুখপাত্ৰ তথা প্ৰাক্তন সাংসদ আব্দুল খালেকৰ সংবাদ মেল অনুষ্ঠিত
কোকৰাঝাৰ ভাগ: কাঠালগুৰিত বিপিএফৰ যোগদান সভা অনুষ্ঠিত,৭০ গৰাকী ইউপিপিএল, বিজেপিৰ নেতা বিপিএফত যোগদান, উপস্থিত পাৰিষদ ডেৰহৰছাৎ বসুমতাৰী
কোকৰাঝাৰ ভাগ: গোলকগঞ্জত আৰক্ষীয়ে আক্ৰাছুৰ সমদলত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে আক্ৰাছুৰ জিলা সভাপতি খনিক দত্ত বৰুৱাৰ মন্তব্য প্ৰকাশ
কোকৰাঝাৰ ভাগ: ছালাকাটিত ইউপিপিএলৰ যোগদান সভা,বিপিএফ,বিজেপিৰ ১ শাতাধিক নেতা ইউপিপিএলত যোগদান উপস্থিত বিধায়ক লৰেঞ্চ ইছলাৰী
কোকৰাঝাৰ ভাগ: সদৰৰ বিপিএফৰ মুখ্য কাৰ্যালয়ত বিপিএফৰ কেন্দ্ৰীয় নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰে হাগ্ৰামা মহিলাৰিয়ে
কোকৰাঝাৰ ভাগ: ফকিৰাগ্ৰামত ইউপিপিএলৰ নিৰ্বাচনি  কাৰ্যালয়  উদ্বোধনকৰে ইউপিপিএলৰ কেন্দ্ৰীয় নিৰ্বাচন পৰিচালনা সমিতিৰ কনভেনৰ ৰুধিৰ দৈমাৰী
কোকৰাঝাৰ ভাগ: ঢোলমাৰাত ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰে বিধায়ক অমিয় কুমাৰ ভুঞা
কোকৰাঝাৰ ভাগ: ছালাকাটিত কংগ্ৰেছৰ যোগদান সভা অনুষ্ঠিত, ইউপিপিএল,বিপিএফ, কংগ্ৰেছৰ ১ শতাধিক কাৰ্যকৰ্তাৰ কংগ্ৰেছত যোগদান
কোকৰাঝাৰ ভাগ: তিতাগুৰিৰ পৰা অনিছুৰ ৰহমান নামৰ ভুৱা এমবিবিএছ চিকিৎসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে
কোকৰাঝাৰ ভাগ: ছৰাইবিলত বিজেপি প্ৰভাৰী প্ৰকাশ কাশ্যপৰ ডী ভোটাৰৰ উপৰত মন্তব্য প্ৰকাশ কয় ডী ভোটাৰৰ সমস্যা কংগ্ৰেছে দিয়া আমি দিয়া নাই
কোকৰাঝাৰ ভাগ: চৰাইখোলাত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি,বিজেপি,ইউপিপিএলৰ৯০গৰাকী নেতা বিপিএফত যোগদান উপস্থিত পাৰিষদ ডেৰহৰছাৎ বসুমতাৰী
কোকৰাঝাৰ ভাগ: কুৰ্শাকাটীত বিপিএফৰ নিৰ্বাচনী সভা অনুষ্ঠিত, ইউপিপিএল চৰকাৰক সমালোচনা বিটিচিৰ পাৰিষদ ডেৰহৰছাৎ বসুমতাৰীৰ