বুধবাৰ দিনা বিয়লি ২.৩০ বজাত কোকৰাঝাৰ চহৰৰ হনুমান মন্দিৰৰ অছৰত থকা হিন্দীভাষী ভৱনত অসম প্ৰদেশ নমো সংঘৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ তম জন্ম দিৱস উদযাপন কৰা হয়, উক্ত অনুষ্ঠানত অসম প্ৰদেশ নমো সংঘৰ সম্পাদক তথা নামুনি অসমৰ প্ৰভাৰী পপ্পু জ্যোতিষী, হিন্দী ভাষী বিকাশ পৰিষদৰ অধ্যক্ষ জে কে পাণ্ডে উপস্থিত আছিল