কোকৰাঝাৰ ভাগ: চৰাইখোলাত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি,বিজেপি,ইউপিপিএলৰ৯০গৰাকী নেতা বিপিএফত যোগদান উপস্থিত পাৰিষদ ডেৰহৰছাৎ বসুমতাৰী
ৰবীবাৰ দিনা দিনৰ ১২.৩০ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ ১২নং ছালাকাটি পৰিষদিয় সমিষ্টি অন্তৰ্গত উত্তৰ চৰাইখোলাত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে বিটিচিৰ পাৰিষদ ডেৰহৰছাৎ বসুমতাৰীয়ে, কাৰ্যালয় মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি ইউপিপিএল আৰু বিজেপিৰ ৯০ গৰাকী নেতা কৰ্মী আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে তথা আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফ প্ৰাৰ্থীক জয়ী কৰাৰ সংকল্প লয়,উক্ত অনুষ্ঠানত বিপিএফৰ ছালাকাটি ব্লক সমিতিৰ সভাপতি, সম্পাদক, যুৱ মৰ্চাৰ সভাপতি, সম্পাদক উপস্থিত আছিল