কোকৰাঝাৰ ভাগ: সদৰৰ ইউপিপিএলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত বিটিচি মুখ্য কাৰ্যবাহীসদস্য প্ৰমোদ বড়ো ইউপিপিএলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে
ৰবীবাৰ দিনা ৰাতিপুৱা ১০ বজাত কোকৰাঝাৰ চহৰৰ ইউপিপিএলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ইউপিপিএলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে,উক ইস্তহাৰ মুকলি অনুষ্ঠানত মন্ত্ৰী ইউজী ব্ৰহ্ম, সাংসদ জয়ন্ত বসুমতাৰী, ইউপিপিএলৰ মহিলা কোষৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম আৰু বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী উপস্থিত আছিল