কোকৰাঝাৰ ভাগ: ছালাকাটিত ইউপিপিএলৰ যোগদান সভা,বিপিএফ,বিজেপিৰ ১ শাতাধিক নেতা ইউপিপিএলত যোগদান উপস্থিত বিধায়ক লৰেঞ্চ ইছলাৰী
বুধবাৰ দিনা বিয়লি ৩ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ ১২নং ছালাকাটি পৰিষদিয় সমিষ্টি অন্তৰ্গত ছালাকাটি ইউপিপিএল ব্লক সমিতিৰ কাৰ্যালয়ত এক যোগদান সভা অনুষ্ঠিত কৰা হয় উক্ত সভাৰ জৰিয়তে বিপিএফ আৰু বিজেপিৰ এক শতাধিক কাৰ্যকৰ্তা আনুষ্ঠানিক ভাৱে ইউপিপিএলত যোগদান কৰে, উক্ত যোগদান সভাত বিধায়ক লৰেঞ্চ ইছলাৰী উপস্থিত থাকি নতুনকৈ যোগদান কৰা সকলক বিটিচি নিৰ্বাচনত ইউপিপিএলৰ প্ৰাৰ্থীক জয়ী কৰাৰ বাবে আজিৰে পৰা কাম কৰাৰ বাবে আহ্বান জনায়, সভাত ছালাকাটি ব্লক ইউপিপিএলৰ সভাপতি উপস্থিত আছিল