কোকৰাঝাৰ ভাগ: কাশিয়াবাৰিত বিপিএফৰ নিৰ্বাচনী সভা অনুষ্ঠিত, উপস্থিত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী
সোমবাৰ দিনা বিয়লি ৪.৩০ বজাত কোকৰাঝাৰ জিলাৰ ৪ নং জমদুৱাৰ পৰিষদিয় সমিষ্টি অন্তৰ্গত কাশিয়াবাৰ ৰাজহুৱা খেল পথাৰত বিপিএফৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰিয়ে কয় যে বিপিএফৰ চৰকাৰ গঠন হোৱা নিশ্চিত হৈছে অহা তিনি অক্টোবৰত বিটিচিত বিপিএফৰ চৰকাৰ সপত গ্ৰহণ কৰিব আৰু উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু অসমৰ ৰাজ্যপাল উপস্থিত থাকিব বুলি ৰাইজক সম্বোধন কৰি কয