সোমবাৰ দিনা ৰাতিপুৱা ১১ বজাত কোকৰাঝাৰ জিলাৰ তিতাগুৰিৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে এক অভিযান চলাই অনিছুৰ ৰহমান নামৰ এক ভুৱা এমবিবিএছ চিকিৎসক গ্ৰেপ্তাৰ কৰিছে তেওঁ বৰ্তমান নেশ্যনেল মোবাইল মেডিকেল ইউনিটত কাম কৰি আছিল বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক আজিজা গুলনুৰে জানিবলৈ দিয়ে, ১২৬/২৫ নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে জানিবলৈ দিয়ে