কোকৰাঝাৰ ভাগ: মান্দাৰপাৰাত বিজেপিৰ নিৰ্বাচনী ও যোগদান সভা অনুষ্ঠিত ইউপিপিএল, বিজেপিৰ ৫০ গৰাকী নেতা বিজেপিত যোগদান
কচুগাও পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীয়ে দিনে নিশাই মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলা পৰিলক্ষিত হৈছে, বুধবাৰ দিনা সন্ধিয়া ৬ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ কচুগাও পৰিষদীয় সমষ্টিৰ মান্দাৰপাৰাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ লগতে যোগদান সভা অনুষ্ঠিত হয়। উক্ত সভাতে বিভিন্ন দলৰ পৰা অৰ্ধ শতাধিক পুৰুষ মহিলাই বিজেপিত যোগদান কৰে। নতুনকৈ যোগদান কৰা সকলক দলীয় প্ৰতীক আৰু টুপীৰে দল লৈ আদৰণি জনায়, উপস্থিত থাকে কচুগাও পৰিষদীয় সমষ্টিৰ প্ৰভাৰী বনদ্বীপ ডেকাই