কোকৰাঝাৰ ভাগ: নাৰাবাৰিত গোলকগঞ্জৰ ঘটনাক লৈ কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ প্ৰতিবাদী কাৰ্যসূচী,বিজেপিক বহিস্কাৰ কৰাৰ আহ্বান কেএছডিচিৰ
শুক্ৰবাৰ দিনা বিয়লি ৪.৩০ বজাত কোকৰাঝাৰ চহৰৰ নাৰাবাৰিত অবস্থিত চিলাৰায় ভৱনত গোলকগঞ্জৰ ঘটনাক লৈ কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল চমুকৈ কেএছডিচিৰ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা হয়, উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিজেপি দলক বিটিচি নিৰ্বাচনত বহিস্কাৰ কৰাৰ বাবে কোচ ৰাজবংশী সমাজক আহ্বান জনায় কেএছডিচিৰ সভাপতি বানিৰাম বৰ্মনে