কোকৰাঝাৰ ভাগ: কাঠালগুৰিত বিপিএফৰ যোগদান সভা অনুষ্ঠিত,৭০ গৰাকী ইউপিপিএল, বিজেপিৰ নেতা বিপিএফত যোগদান, উপস্থিত পাৰিষদ ডেৰহৰছাৎ বসুমতাৰী
বৃহস্পতিবাৰ দিনা বিয়লি ৪.৩০ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ ১২নং ছালাকাটি পৰিষদিয় সমিষ্টি অন্তৰ্গত ঢোলমাৰা প্ৰাইমাৰীৰ কাঠালগুৰিত জগত পুৰত বিপিএফৰ যোগদান সভা অনুষ্ঠিত কৰা হয় উক্ত সভাৰ জৰিয়তে ইউপীপীএল আৰু বিজেপিৰ ৭০ গৰাকী নেতা কৰ্মী আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে, উক্ত অনুষ্ঠানত বিটিচিৰ পাৰিষদ ডেৰহৰছাৎ বসুমতাৰী উপস্থিত থাকি নতুনকৈ যোগদান কৰা সকলক বিটিচিত এইবেলী বিপিএফৰ চৰকাৰ গঠন কৰাৰ বাবে সহায় সহযোগিতা আগবঢ়ালে আহ্বান জনায়