কোকৰাঝাৰ ভাগ: ছালাকাটিত কংগ্ৰেছৰ যোগদান সভা অনুষ্ঠিত, ইউপিপিএল,বিপিএফ, কংগ্ৰেছৰ ১ শতাধিক কাৰ্যকৰ্তাৰ কংগ্ৰেছত যোগদান
সোমবাৰ দিনা সন্ধিয়া৫.৩০ ত বিটিচিৰ ১২নং ছালাকাটি পৰিষদিয় সমিষ্টি অন্তৰ্গত ছালাকাটি কংগ্ৰেছ ব্লক সমিতিৰ কাৰ্যালয়ত এক যোগদান সভা অনুষ্ঠিত কৰা হয় উক্ত সভাৰ জৰিয়তে বিপিএফ,ইউপিপিএল আৰু বিজেপিৰ এক শতাধিক কাৰ্যকৰ্তা আনুষ্ঠানিক ভাৱে কংগ্ৰেছত যোগদান কৰে,সভাত ছালাকাটি সমিষ্টিৰ প্ৰাৰ্থী ৰাজীৱ বসুমতাৰী উপস্থিত হৈ কয় যে মোৰ বাহিৰে যাত জিমান প্ৰাৰ্থী আছে সকলো বাহিৰৰ প্ৰাৰ্থী হয় এই কাৰণে এইবেলী স্থানীয় ৰাইজে কংগ্ৰেছক জয়ী কৰিব,ধুবুৰী জিলা সভাপতি হাফিজুৰ ৰহমান উপস্থিত আছিল