ৰবীবাৰ দিনা সন্ধিয়া ৫ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ ছৰাইবিল পৰিষদিয সমিষ্টিৰ ছৰাইবিল মণ্ডল সমিতিৰ কাৰ্যালয়ত উপস্থিত হৈ ছৰাইবিল সমিষ্টিৰ বিজেপি প্ৰভাৰী প্ৰকাশ কাশ্যপ ডী ভোটাৰৰ সমস্যাৰ উপৰত মন্তব্য প্ৰকাশ কৰি কয় যে ডী ভোটাৰৰ সমস্যা বিজেপি দিয়া নাই,ডী ভোটাৰৰ সমস্যা কংগ্ৰেছে দিছে, আমি সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস লৈ চলা পাৰ্টী হয়, বিজেপি কাকো কষ্ট দিয়া দল নহয়, বিজেপি বিটিচিত শান্তি আনিছে এতিয়া উন্নয়নৰ কাম কৰিম