মংগলবাৰ দিনা দিনৰ ১২.৩০ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ ১২নং ছালাকাটি পৰিষদিয় সমিষ্টি অন্তৰ্গত ঢোলমাৰাত ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰা হয়, উক্ত কাৰ্যালয় খন মুকলি কৰে বিধায়ক অমিয় কুমাৰ ভুঞা, উক্ত কাৰ্যালয় মুকলি সভাত ছালাকাটি পৰিষদিয় সমিষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী কবিতা বসুমতাৰী, ছালাকাটি মণ্ডল সমিতিৰ সভাপতি ফইলাও বৰগয়াৰীৰ লগতে বিজেপি জিলা সমিতিৰ বিষয়ববীয়া সকলে উপস্থিত আছিল বুলি জানিব পৰা গৈছে