কোকৰাঝাৰ ভাগ: ফকিৰাগ্ৰামত ইউপিপিএলৰ নিৰ্বাচনি কাৰ্যালয় উদ্বোধনকৰে ইউপিপিএলৰ কেন্দ্ৰীয় নিৰ্বাচন পৰিচালনা সমিতিৰ কনভেনৰ ৰুধিৰ দৈমাৰী
২২ চেপ্তেম্বৰত অনুষ্ঠিত হব বিটিচি পৰিষদিয় নিৰ্বাচনৰ বাবে মংগলবাৰ দিনা বিয়লি ২.৩০ বজাত কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত ইউপিপিএলৰ নিৰ্বাচনি প্ৰচাৰ কাৰ্যালয় শুভ উদ্বোধন কৰে ইউপিপিএল কেন্দ্ৰীয় নিৰ্বাচন পৰিচালনা সমিতিৰ মুখ্য কনভেনৰ ৰুধিৰ দৈমাৰী, উক্ত অনুষ্ঠানত উপস্থিত থাকে, কোকৰাঝাৰ জিলা সমিতিৰ সম্পাদক অমুল্য সুত্ৰধৰ, ব্লক সমিতিৰ সভাপতি ৰবীচৰণ দৈমাৰী, সাধাৰণ সম্পাদক হজৰত আলী তালুকদাৰ,কমল বৰ্মন আৰু ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী আফজল হক চৰকাৰ