কোকৰাঝাৰ ভাগ: তিতাগুৰিত বিপিএফৰ যোগদান সভা অনুষ্ঠিত, ইউপিপিএল, বিজেপিৰ ৫০ অধিক নেতাৰ বিপিএফত যোগদান উপস্থিত পাৰিষদ ডেৰহৰছাৎ বসুমতাৰী
মংগলবাৰ দিনা বিয়লি ৪.৩০ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ ১২নং ছালাকাটি পৰিষদিয় সমিষ্টি অন্তৰ্গত তিতাগুৰীত বিজেপি ইউ পি পি এল ত্যাগ কৰি অৰ্ধ শতাধীক লোকে আনুষ্ঠানিক ভাবে বি পি এফ দলত যোগদান কৰাৰ লগতে চৰাইখোলা দ্বিতীয় খণ্ডটো যথেষ্ঠ সংখ্যক লোকে বিপিএফ দলত যোগদান কৰে। নতুনকৈ যোগদান কৰা লোকসকলক ১২ নং ছালাকাটি পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী তথা বিটিচিৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰীয়ে আদৰণী জনোৱাৰ লগতে আগন্তক বিটিচি নিৰ্বাচনত দলৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায়