শনিবাৰ দিনা বিয়লি ৫ বজাত কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ জগদৈত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ড: হুচনেআৰা বেগমৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। উপস্থিত থাকে ধুবুৰীৰ সাংসদ ৰফিকুল হোছেইন, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ আদিকে ধৰি বিভিন্ন নেতা সকল উপস্থিত আছিল বুলি জানিব পৰা গৈছে