Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

কোকৰাঝাৰ ভাগ: আলংগী বজাৰত ইউপিপিএলৰ নিৰ্বাচনী সভা অনুষ্ঠিত,বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীক জয়ী কৰাৰ আহ্বান

মংগলবাৰ দিনা বিয়লি ৫ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ ডেবৰগাঁৱ পৰিষদ সমিষ্টি অন্তৰ্গত আলংগী বজাৰত ইউপিপিএলৰ এক নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় উক্ত সভাত ইউপিপিএলৰ ডেবৰগাঁৱ ব্লক সমিতিৰ সভাপতি অশোক গয়াৰী উপস্থিত থাকি ২২ ছেপ্টেম্বৰত ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী তথা বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীক জয়ী কৰি ইউপিপিএল দলৰ চৰকাৰ গঠন কৰাত সহায় সহযোগিতা আগবঢ়াবলৈ ৰাইজক আহ্বান জনায়

MORE NEWS