Public App Logo
Profile Picture

Charaideo Khobor

@mayurboruah
2838Followers
12Following
সোণাৰি: সোণাৰিত টিমন মুখ উদয়পুৰ নামঘৰৰ মণিকূটৰ শুভ উদ্বোধন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
সোণাৰি: চৰাইদেউৰ কাকতিবাৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, অভিযানত প্ৰায় ১০০০ লিটাৰ চুলাই মদ নষ্ট কৰা হয়
সোণাৰি: সোণাৰিৰ নাফুকত বাঘৰ আক্ৰমণত আহত এজন,আহত লোকজনক চৰাইদেউ জিলা  চিকিৎসালয় ত ভৰ্তি কৰোৱা হয়
সোণাৰি: ২লাখতকৈ অধিক ভোটত আগন্তুক লোকসভা নিৰ্বাচনত জয়ী হʼব বুলি সোণাৰিত কয় যোৰহাটৰ বিজেপিৰ প্ৰাৰ্থী তপন গগৈয়ে
সোণাৰি: লংপতীয়াত নাহৰফুটুকী বাঘৰ আক্রমণত আহত এজন, আহত সুচেন্দ্ৰ গগৈক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ
সোণাৰি: কাʼৰ বিৰুদ্ধে সোণাৰিত জোঁৰ সমদলৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ
সোণাৰি: 'কা' বলৱৎ হোৱাৰ পাছতেই সোণাৰিত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
সোণাৰি: কা আইন বাতিলৰ দাবীত সোণাৰিত আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত অনশন কাৰ্যসূচী ৰূপায়ণ
সোণাৰি: 'কা' বাতিলৰ দাবীত সোণাৰিত এজেৱাইচিপিৰ চৰাইদেউ জিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
সোণাৰি: সোণাৰিত বিজেপিৰ দলীয় সভাত উপস্থিত বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, বুজ ল'লে প্ৰধানমন্ত্ৰীৰ আগমণক লৈ কৰা প্ৰস্তুতিৰ
সোণাৰি: সোণাৰি মহাবিদ্যালয়ৰ চৌহদ লোকসভা নিৰ্বাচনত ব্যৱহাৰ নকৰিবলৈ সোণাৰিত জিলা আয়ুক্তক দাবী পত্ৰ প্ৰদান সোণাৰি আছুৰ
সোণাৰি: বিশেষ চৰকাৰী কাৰ্যসূচীৰে উপস্থিত হোৱা ৫ জন বিধায়কক সোণাৰিত উষ্ম আদৰণি জনাই বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
সোণাৰি: আহোমক লৈ বিৰূপ মন্তব্য দিয়াৰ বাবে সোণাৰিত বিশিষ্ট সাংবাদিক মনোজ গোস্বামীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আটাছুৰ
সোণাৰি: চেইণ্ট যোচেফ স্কুলত সন্মিলিত সনাতন সমাজৰ বিশেষ সকীয়নী পোষ্টাৰৰ সন্দৰ্ভত সোণাৰিত স্কুলৰ ফাদাৰৰ প্ৰতিক্ৰিয়া
সোণাৰি: জলজীৱন মিছনৰ নিৰ্মাণ কাৰ্যত বিসংগতিৰ সন্দৰ্ভত সোণাৰিত জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাৰ
সোণাৰি: ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সোণাৰিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদী বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ
সোণাৰি: সোণাৰিৰ টীয়ক ৰজাবাৰীত দাৰে ঘপিয়াই হত্যা মহিলাক,হত্যাকাণ্ড সংঘটিত কৰি থানাত আত্মসমৰ্পণ অভিযুক্ত চাজন পানীক দেৱৰ
সোণাৰি: টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰৰ উপস্থিতিত সোণাৰিত টাইপাত যোগদান কৰিলে ডেৰকুৰিৰো অধিক যুৱকে
সোণাৰি: সোণাৰিৰ চিংলো পথাৰত বনৰীয়া হাতীৰ আক্ৰমণত আহত এজন।আহত গণেশ সোণোৱাল বৰ্তমান ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে
সোণাৰি: সোণাৰিৰ ডুৰিবাম চাহ বাগিচাত মৃতদেহ উদ্ধাৰ,ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
সোণাৰি: সোণাৰিৰ ৰতনপুৰত গছৰ পৰা পৰি গোপাল মুণ্ডা নামৰ এজন যুৱকৰ মৃত্যু ঘটে
সোণাৰি: সদ্য প্ৰয়াত ফিৰোজ কোঁৱৰৰ সোণাৰিৰ বাসগৃহত উপস্থিত হৈ ফিৰোজ কোঁৱৰক শ্ৰদ্ধাঞ্জলি জনাই বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
সোণাৰি: সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত সোণাৰিত শক্তিৰূপা সন্মিলনৰ অনুষ্ঠিত কৰা হয়
সোণাৰি: বন্যহস্তীৰ আক্ৰমণত শ্ৰমিক আহত হোৱাৰ ক্ষোভত সোণাৰিত বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত জনতাই
সোণাৰি: চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণৰ দাবীত সোণাৰিত চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ