সোণাৰি: 'কা' বলৱৎ হোৱাৰ পাছতেই সোণাৰিত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
'কা' বলৱৎ হোৱাৰ পাছতেই সোণাৰিত আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে। 'কা'ৰ বিৰুদ্ধে চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে। 'কা'ৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। 'কা' কোনো কাৰণতেই মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে চৰাইদেউ জিলা ছাত্ৰ সন্থাই।