সোণাৰি: চেইণ্ট যোচেফ স্কুলত সন্মিলিত সনাতন সমাজৰ বিশেষ সকীয়নী পোষ্টাৰৰ সন্দৰ্ভত সোণাৰিত স্কুলৰ ফাদাৰৰ প্ৰতিক্ৰিয়া
সোণাৰিৰ চেইণ্ট যোচেফ স্কুলত সন্মিলিত সনাতন সমাজৰ বিশেষ পোষ্টাৰ। খ্ৰীষ্টিয়ান মিছনেৰী শিক্ষানুষ্ঠানলৈ সন্মিলিত সনাতন সমাজৰ শেষ সকীয়নি। সংখ্যালঘু হোৱাৰ গইনা লৈ ভাৰতবিৰোধী কাৰ্য নকৰিবলৈ সনাতন সমাজৰ আহ্বান মিছনেৰী স্কুললৈ। ৰাজ্যজুৰি সন্মিলিত সনাতন সমাজে আঁৰিলে পোষ্টাৰ।সোণাৰিৰ চেইণ্ট যোচেফ স্কুলৰ চৌহদতো পোষ্টাৰ দেখা গল সন্মিলিত সনাতন সমাজৰ।সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সোণাৰিত প্ৰতিক্ৰিয়া চেইণ্ট যোচেফ স্কুলৰ ফাদাৰৰ।