Public App Logo
Jansamasya
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Jajpur
Rajasthannews
���ोधपुर
Rahul
Indianews
���ंगाल
No video available

সোণাৰি: সোণাৰি মহাবিদ্যালয়ৰ চৌহদ লোকসভা নিৰ্বাচনত ব্যৱহাৰ নকৰিবলৈ সোণাৰিত জিলা আয়ুক্তক দাবী পত্ৰ প্ৰদান সোণাৰি আছুৰ

Sonari, Charaideo | Mar 5, 2024
লোকসভা নিৰ্বাচনৰ বাবে সোণাৰি মহাবিদ্যালয়ৰ ভৱন আৰু চৌহদ ব্যৱহাৰ কৰা সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীলৈ জিলা আয়ুক্তই পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই সৰৱ হৈ পৰিছে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থা। মহাবিদ্যালয়ৰ ভৱন আৰু চৌহদ ব্যৱহাৰ কৰাৰ ফলত মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ আশংকা প্ৰকাশ কৰি মহাবিদ্যালয়ৰ চৌহদ নিৰ্বাচনত ব্যৱহাৰ নকৰিবলৈ জিলা আয়ুক্তক দাবী পত্ৰ প্ৰদান সোণাৰি আছুৰ।