Public App Logo
Jansamasya
Railway
Bsf
Meerut
Raebareli
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
Indianews
New_delhi
Crpf
Viralvideo
Latestnews
Shorts
���ामनवमी
Cuttack
���द
Lakhimpurkheri
���त्नी
No video available

সোণাৰি: কা আইন বাতিলৰ দাবীত সোণাৰিত আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত অনশন কাৰ্যসূচী ৰূপায়ণ

Sonari, Charaideo | Mar 10, 2024
দেওবাৰে পুৱা সোণাৰিত আছুৰ প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত চৰাইদেউ জিলা ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সোণাৰিত ১২ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন । শীঘ্ৰে কা বাতিলৰ দাবী চৰাইদেউ জিলা ছাত্ৰ সন্থা আৰু অন্য ৩০ জনগোষ্ঠীয় সংগঠনৰ ।

MORE NEWS