সোণাৰি: সোণাৰিত বিজেপিৰ দলীয় সভাত উপস্থিত বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, বুজ ল'লে প্ৰধানমন্ত্ৰীৰ আগমণক লৈ কৰা প্ৰস্তুতিৰ
সোণাৰিত বিজেপিৰ দলীয় বৈঠকত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা। সভাত আগন্তুক লোকসভা নিৰ্বাচনৰ লগতে অহা ৯ মার্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমণ সন্দৰ্ভত আলোচনা কৰা হয়।