Public App Logo
Jansamasya
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
No video available

সোণাৰি: লংপতীয়াত নাহৰফুটুকী বাঘৰ আক্রমণত আহত এজন, আহত সুচেন্দ্ৰ গগৈক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ

Sonari, Charaideo | Mar 17, 2024
সোণাৰিৰ লংপতীয়াত নাহৰফুটুকীৰ আতংক। দেওবাৰে আবেলি লংপতীয়াত নাহৰফুটুকীৰ আক্ৰমণত এজন গুৰুতৰভাৱে আহত হয়। উল্লেখযোগ্য যে, সোণাৰিৰ কাষৰীয়া লংপতীয়া বৰহোলাবাম গাঁৱৰ সুচেন্দ্ৰ গগৈয়ে বিয়লি বাৰী লৈ যাওঁতে নাহৰফুটুকীয়ে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে । ইপিনে আহত সুচেন্দ্ৰক উন্নত চিকিৎসাৰ বাবে বৰ্তমান ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

MORE NEWS