সোণাৰি: সোণাৰিৰ টীয়ক ৰজাবাৰীত দাৰে ঘপিয়াই হত্যা মহিলাক,হত্যাকাণ্ড সংঘটিত কৰি থানাত আত্মসমৰ্পণ অভিযুক্ত চাজন পানীক দেৱৰ
সোণাৰিত নৃশংস হত্যাকাণ্ড।সোণাৰিৰ টীয়ক ৰজাবাৰীত দাৰে ঘপিয়াই হত্যা মহিলাক।সামান্য কথাতে কাজিয়া কৰি চুবুৰীয়া ৰেখা গোৱালা নামৰ মহিলা গৰাকীক দাৰে ঘপিয়াই হত্যা কৰে চাজন পানীক দেৱ নামৰ যুৱকজনে।হত্যাকাণ্ড সংঘটিত কৰি থানাত আত্মসমৰ্পণ চাজন পানীক দেৱৰ।বৰ্তমান সোণাৰি আৰক্ষী থানাত হত্যাৰ অভিযুক্তক সোধ পোচ আৰক্ষীৰ।মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ।