সোণাৰি: সদ্য প্ৰয়াত ফিৰোজ কোঁৱৰৰ সোণাৰিৰ বাসগৃহত উপস্থিত হৈ ফিৰোজ কোঁৱৰক শ্ৰদ্ধাঞ্জলি জনাই বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
সদ্য প্ৰয়াত বিশিষ্ট শিল্পী,বৰ বিহুৱা ফিৰোজ কোঁৱৰৰ সোণাৰিৰ বাসগৃহত উপস্থিত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ।ফিৰোজ কোঁৱৰৰ বাসগৃহত উপস্থিত হৈ ফিৰোজ কোঁৱৰৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে।বিধায়ক গৰাকীয়ে শোক সন্তপ্ত পৰিয়ালকো সমবেদনায়ো জ্ঞাপন কৰে।উক্ত সময়ছোৱাত বিধায়ক গৰাকীৰ সৈতে চৰাইদেউ জিলা ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন বিষয় ববীয়া সকল উপস্থিত থাকে।উল্লেখযোগ্য যে বৃহস্পতিবাৰে সোণাৰিৰ নাফুকত সংঘটিত এক পথ দুৰ্ঘটনাত বৰ বিহুৱা ফিৰোজ কোঁৱৰৰ