সোণাৰি: সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত সোণাৰিত শক্তিৰূপা সন্মিলনৰ অনুষ্ঠিত কৰা হয়
সোণাৰিত শক্তিৰূপা সন্মিলনৰ আয়োজন।মহিলা সমন্বয় চৰাইদেউ জিলাৰ উদ্যোগত সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে শক্তিৰূপা সন্মিলনৰ।নাৰীৰ স্বাৱলম্বীতাৰ লগতে নাৰীৰ সকল আগবাঢ়ি যোৱাৰ বিভিন্ন দিশ এই সন্মিলনত আলোচনা কৰা হয়।এই অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰো উপস্থিত থাকে।