সোণাৰি: সোণাৰিত টিমন মুখ উদয়পুৰ নামঘৰৰ মণিকূটৰ শুভ উদ্বোধন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
সোণাৰিৰ টিমন মুখ নামঘৰৰ মণিকূটৰ শুভ উদ্বোধন।বৃহস্পতি বাৰে সন্ধিয়া টিমন মুখ নামঘৰৰ মণিকূটৰ শুভ উদ্বোধন কৰা হয়।সোণাৰি সমষ্টিৰ অন্তৰ্গত টিমন মুখ উদয়পুৰ নামঘৰৰ মণিকূট ভাগিৰ শুভ উদ্বোধন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।মণিকূট শুভ উদ্বোধনৰ পবিত্ৰ অনুষ্ঠানত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ সৈতে চৰাইদেউ জিলা বিজেপিৰ বিষয় ববীয়া আৰু নামঘৰৰ জ্ঞাতী সমাজ, ভকত বৈষ্ণৱ আৰু আইমাতৃ সকল উপস্থিত থাকে