সোণাৰি: ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সোণাৰিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদী বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ
সোণাৰিত জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত আটাছুৰ বাইক ৰেলী। লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে নিৰ্বাচনত বাধা আৰোপ কৰাৰ হুংকাৰ আটাছুৰ। সোণাৰিৰ পৰা সাপেখাটি, লংপতীয়া হৈ প্ৰায় ৫০ কিলোমিটাৰ দীঘলীয়া বাইক ৰেলীত দুই শতাধিক আটাছু কৰ্মীৰ অংশগ্ৰহণ।