সোণাৰি: চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণৰ দাবীত সোণাৰিত চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
সোণাৰিত বুৰঞ্জীপ্ৰসিদ্ধ চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ দাবী সমিতিৰ অৱস্থান ধৰ্মঘট। চৰাইদেউ মৈদাম ক্ষেত্ৰ অন্তৰ্ভুক্তিৰে চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণৰ দাবী। আঠ বছৰে সীমা নিৰ্ধাৰণ নহ'ল চৰাইদেউ জিলাৰ। ২০১৫ চনতে চৰাইদেউক মহকুমাৰ পৰা জিলালৈ উন্নীত কৰাৰ পাছতো সীমা নিৰ্ধাৰণ নোহোৱাত ক্ষোভ প্ৰকাশ।